September 15, 2026
dead

মাজুলীঃ সত্ৰীয়া সংস্কৃতিৰ সাধক মাজুলীৰ শ্ৰীশ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ বৈষ্ণৱ, পদ্মশ্ৰী গোপীৰাম বৰগায়ন বুঢ়াভকত বাপৰ আজি পৰলোক ঘটো৷ সত্ৰীয়া সংস্কৃতিৰ একনিষ্ঠ সাধকগৰাকীৰ পৰলোক গমনৰ বাতৰিয়ে শোকৰ ছাঁ পেলাইছে৷

তেখেতৰ বিয়োগ অসমৰ বাবে এক অপূৰণীয় ক্ষতি। সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত তেখেত আগবঢ়োৱা অৱদান চিৰস্মৰণীয় হৈ ৰ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *