September 15, 2026
810867907_18418871878154264_3389883025562490027_n

আজি মহানগৰীৰ লতাাশিলস্থিত পৱিত্ৰ গণেশ মন্দিৰত পূজা-অৰ্চ্চনা কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে৷

ভক্তিভাৱেৰে পূজা-অৰ্চ্চনা আগবঢ়াই ভগৱান শ্ৰী গণেশৰ আশীৰ্বাদ গ্ৰহণ কৰে গগৈয়ে৷

বিঘ্নহৰ্তা শ্ৰী গণেশে সকলোৰে জীৱনৰ বাধা-বিঘিনি দূৰ কৰি সুখ, শান্তি, সমৃদ্ধি আৰু মংগল কঢ়িয়াই অনাৰ কামনা কৰে গগৈয়ে৷

Leave a Reply

Your email address will not be published. Required fields are marked *