September 15, 2026
ulfa

নিষিদ্ধঘোষিত সংযুক্ত মুক্তি বাহিনী স্বাধীনৰ জ্যেষ্ঠ কেডাৰ অনলজয় অসমে আজি তিনিচুকীয়া আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে।

জানিব পৰা মতে, অনলজয় দীৰ্ঘদিন ধৰি ম্যানমাৰৰ য়াজং অঞ্চলত বাহৰ পাতি আছিল। অনলজয় সংযুক্ত মুক্তি বাহিনী স্বাধীনৰ সক্ৰিয় সদস্য আছিল। আৰক্ষীৰ এগৰাকী বিষয়াই উল্লেখ কৰা মতে, সংগঠনৰ কেডাৰসকলে অস্ত্ৰ পৰিহাৰ কৰি মূলসুঁতিলৈ ঘূৰি অহাটো অঞ্চলটোত শান্তি আৰু স্থিৰতা প্ৰতিষ্ঠাৰ বাবে কাম কৰি থকা নিৰাপত্তা বাহিনী আৰু সংস্থাসমূহৰ বাবে এক ইতিবাচক সংকেত।

Leave a Reply

Your email address will not be published. Required fields are marked *